Sunday 21 June 2015

No dua-Ahle Hadees Farz namaz ke baad dua Kyu nahi karte hai | Abu Zaid Zameer

@ফৰজ নামাজৰ পিছত সমূহিয়া মোনাাজাত কৰা উচিত ন'হয়।
@সমুহীয় মোনাজাতৰ পৰিবৰ্তে উচ্চ স্বৰে জিকিৰ কৰা চূন্নত (JazakAllah Khaira-courtesy-Ikramul Hussain)।
@রাসূল (সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম) প্রতি ফরজ নামাযে সালাম ফেরানোর পর 
>> একবার সশব্দে 'আল্লাহু আকবার' 
[দলীল, বুখারী ১/১১৬, মুসলিম ১/১৭]
>> তিনবার 'আসতাগফিরুল্লাহ' [দলীল, মুসলিম ২/১২২২]
>> এবং একবার 'আল্লাহুম্মা আনতাস সালাম, ওয়া মিনকাস সালাম, তাবারাকতা ইয়া যাল যালালী ওয়াল ইকরাম' দোয়াটি পড়তেন।
অর্থ- ইয়া আল্লাহ্‌ তুমি শান্তিময়, তোমার থেকেই শান্তি অবতীর্ণ হয়, তুমি বরকতময়, হে পরাক্রমশালী ও মর্যাদা প্রদানকারী।
[দলীল, মুসলিম ১/১১৮, আবূ দাউদ ১/২২১]
এবং এরপর মুক্তাদীদের দিকে মুখ ফিরিয়ে বসতেন। এবং অন্যান্য দোয়া পড়তেন।
আর আমরা কি করছি ?

-------------------------------------------------------------------------------
adding more courtesy-Dr.Arfan Ali:-
২১তম খণ্ড
এজন তথাকথিত আলীমে জাল যঈফ হাদীছেৰে সন্মিলিতভাৱে ফৰজ চালাতৰ পিছত দোৱা কৰা প্ৰমাণ কৰাৰ অপচেষ্টাৰ তথ্যভিত্তিক অনুসন্ধানঃ
*********************** ************************* **********************
ওপৰৰ আৰবী আৰু উৰ্দুত থক ফটো বা টেম্পলেটখন আমাৰ সমাজৰ এজন তথাকথিত আলীম বুলি পৰিচয় দিয়া ব্যক্তিয়ে ফৰজ চালাতৰ পিছত দোৱা কৰাৰ দলীল হিচাপে আগবঢ়াইছে।
৩ নং দলীলৰ তথ্যানুসন্ধানঃ
ফটোখনত এটা হাদীছ দিয়া আছে আৰবীত আৰু তাৰ অৰ্থ দিয়া আছে উৰ্দুত এনেদৰেঃ
নামাজ কে বা’দ হাথ উঠাকৰ দোৱা মাংগনাঃ
(উৰ্দুত আছে) তৰ্জমাঃ হজৰত মুহাম্মাদ ইবনে য়াহয়া (ৰাঃ) ছে ৰিৱায়ত হে কি হজৰত আব্দুল্লাহ ইবনে জুবাইৰ (ৰাঃ) নে এক শ্বখচ্ কো দেখা কি ৱহ নামাজ পুৰী কৰনে ছে পেহলে হাথ উঠাকৰ দোৱা মাংগ ৰহা থা। যব ৱহ নামাজ ছে ফাৰিগ হোৱা তো হজৰত ইবনে জুবাইৰ (ৰাঃ) নে ফৰমায়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম নামাজ ছে ফাৰিগ হোনে ছে পেহলে অপনে হাথ উঠাকৰ দোৱা না মাংতে থে (যানীনামাজ ছে ফাৰিগ হোনে কো বা’দ হাথ উঠাকৰ দোৱা মাংতে থে)।
(জামে আত-তিৰমিজী জি. ১, চ. ৮৭। বাব মা জাআ ফিত তাখুশ্বুয়ি ফিচ চালাহ; আল মুআজ্জামুল কাবিৰি লিত তাবাৰানী, জি. ১১, চ. ২২; ৰাকামুল হাদীছ ৯০; ...........)
এতিয়া হাদীছটোৰ তাহক্বীক বা তথ্যগত অৱস্থা চাওঁ আহকঃ
মূল হাদীছটো আৰবীত এনে ধৰণৰঃ
عَنْ مُحَمَّدِ بْنِ اَبِىْ يَحْيَى الْاَسْلاَمِىْ قَالَ رَأَيْتُ عَبْدَ اللهِ بْنِ الزُّبَيْرِ رَأَى رَجُلاً رَافِعًا يَدَيْهِ يَدْعُوْ قَيْلَ اَنْ يَفْرُغَ مِنْ صَلاَتِهِ فَلَمَّا فَرَغَ مِنْهَا قَالَ اِنَّ رَسُوْلَ اللهِ صَلّى اللهُ عَلَيْهِ وَ سَلَّمَ لَمْ يَكُنْ يَرْفَعُ يَدَيْهِ حَتَّى يَفْرُغَ مِنْ صَلاَتِهِ.

বাংলাতঃ আব্দুল্লাহ ইবনু যুবায়ের (রাঃ) একজন লোককে ছালাত শেষ হওয়ার পূর্বে হাত তুলে দো‘আ করতে দেখলেন। যখন তিনি দো‘আ শেষ করলেন, তখন আব্দুল্লাহ ইবনু যুবায়ের (রাঃ)তাকে বললেন, রাসূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম ছালাত শেষ না করলে হাত তুলে দো‘আ করতেন না। (মাযমাউয যাওয়ায়েদ, ১ম খন্ড, পৃঃ ১৬৯)।
হাদীছটি যঈফ, মুনকার, ছহীহ হাদীছ বিরোধী। ছহীহ হাদীছে ছালাতের মধ্যে রুকূর পর কুনূতে নাযেলা পড়ার সময় হাত তোলার কথা আছে (আহমাদ, তাবারানী, সনদ ছহীহ, ইরওয়াউল গালীল, ২/১৮১, হা/৮৩৮-এর আলোচনা দ্রঃ)। তবে ছালাতের পর হাত তোলার কোন ছহীহ হাদীছ নেই।
অসমীয়াতঃ আব্দুল্লাহ ইবনু যুবায়েৰ (ৰাঃ) এজন লোকক চালাত শেষ হোৱাৰ আগত হাত তুলি দোৱা কৰোতে দেখিলে। যেতিয়া তেওঁ দোৱা শেষ কৰিলে, তেতিয়া আব্দুল্লাহ ইবনু যুবায়েৰ (ৰাঃ)য়ে তেওঁক কলে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে চালাত শেষ নকৰি হাত তুলি দোৱা কৰা নাছিল। (মাযমাউয যাওৱায়েদ, ১ম খন্ড, পৃঃ ১৬৯)।
হাদীছটো যঈফ, মুনকাৰ, ছহীহ হাদীছ বিৰোধী। ছহীহ হাদীছত চালাতৰ ভিতৰত ৰুকূৰ পিছত কুনূতে নাযিলা পঢ়াৰ সময়ত হাত তোলাৰ কথা আছে (আহমাদ, তাবাৰানী, চনদ ছহীহ, ইৰওৱাউল গালীল, ২/১৮১, হা/৮৩৮-ৰ আলোচনা দ্রঃ)। কিন্তু চালাতৰ পিছত হাত তোলাৰ কোনো ছহীহ হাদীছ নাই।
গতিকে ছালাতৰ পিছত দলবদ্ধভাৱে দোৱাৰ প্রমাণ হিচাপে আগবঢ়োৱা এই যঈফ হাদীছৰ কাৰ্য্যটো শ্বৰীয়ত বিকৃত কৰাৰ অন্তৰ্ভূক্ত।
১৯তম খণ্ডটো চাওঁক এই লিংকতঃ
https://m.facebook.com/groups/393500214018606?view=permalink&id=952774248091197&refid=18&_ft_=qid.6224085668096551621:mf_story_key.952774248091197:tl_objid.952774248091197&__tn__=*s
২০তম খণ্ডটো চাওঁক এই লিংকতঃ
https://m.facebook.com/groups/393500214018606?view=permalink&id=954829774552311&refid=18&_ft_=qid.6224085019708846261:mf_story_key.954829774552311:tl_objid.954829774552311&__tn__=*s
***********************************

No comments:

Post a Comment