Thursday 22 September 2016

TYPES OF DUA QUNOOT AND THEIR DESCRIPTION


 
TYPES OF DUA QUNOOT AND THEIR DESCRIPTION

(i) Qunoot e Nazilah (Dua of the calamity - fardh salah)
(ii) Qunoot e witr (or the general Qunoot - isha'a witr ) 
(3) Raising the hands (to make dua) during the Qunootas shown in picture.
 
(i)-
 
বিঃদ্ৰঃ প্ৰচলিত “আল্লাহুম্মা ইন্না নাস্তায়িনুকা¸¸¸¸¸¸¸¸¸” এইটো বিতিৰৰ কুনুত নহয়। এইটো কুনুতে নাযেলা। তাৰোপৰি এইটো জয়ীফ কুনুত।
-------------------------------------------------------------------
(ii)-

 video- https://youtu.be/CkII_YbOWv8
বিতিৰৰ কুনূতৰ ছহীহ দোৱা:-
মহানবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে হযৰত হাছান বিন আলী ৰাদ্বিয়াল্লাহু আনহুক তলৰ দুআ বিত্‌ৰ নামাযত ক্কিৰাআত শেষ কৰাৰ পিছত (ৰুকূৰ আগত) পঢ়িবলৈ শিকাইছিল:-
اَللّهُمَّ اهْدِنِيْ فِيْمَنْ هَدَيْتَ وَعَافِنِيْ فِيْمَنْ عَافَيْتَ وَتَوَلَّنِيْ فِيْمَنْ تَوَلَّيْتَ وَبَارِكْ لِيْ فِيْمَا أَعْطَيْتَ وَقِنِيْ شَرَّ مَا قَضَيْتَ فَإِنَّكَ تَقْضِيْ وَلاَ يُقْضى عَلَيْكَ إِنَّهُ لاَ يَذِلُّ مَنْ وَّالَيْتَ وَلاَ يَعِزُّ مَنْ عَادَيْتَ تَبَارَكْتَ رَبَّنَا وَتَعَالَيْتَ لاَ مَنْجَا مِنْكَ إِلاَّ إِلَيْكَ (وَصَلَّى اللهُ عَلى نَبِيِّنَا مُحَمَّدٍ)।
উচ্চাৰণ:- আল্লা-হুম্মাহ্‌দিনী ফী মানহাদাইত। অআ-ফিনী ফীমান আ ফাইত। অতাওৱাল্লানী ফী মান তাওৱাল্লাইত। অবা-ৰিকলী ফী মা আ’ত্বাইত। অকি¸নী শ্বৰ্ৰামা ক্কবাযাইত। ফাইন্নাকা তাক্কয্বি অলা ইউক্কযা আলাইক। ইন্নাহু লা য়্যাযিল্লু মাঁ উওৱা-লাইত। অলা য়্যাইযযু মান আ’-দাইত। তাবা-ৰাকতা ৰাব্বানা অতাআ’-লাইত। লা মানজা মিনকা ইল্লা ইলাইক।
অর্থ - হে আল্লাহ! তুমি মোক হিদায়াত কৰি সিহঁতৰ দলভুক্ত কৰা যিসকলক তুমি হিদায়াত কৰিছা। মোক নিৰাপদে ৰাখি সিহঁতৰ দলভুক্ত কৰা যিসকলক তুমি নিৰাপদে ৰাখিছা, মোৰ সকলো কামৰ তত্ত্বাৱধান কৰি মোক সিহঁতৰ দলভুক্ত কৰা যিসকলক তুমি তত্ত্বাৱধান কৰিছা। তুমি মোক যি কিছু দান কৰিছা তাতে বৰকত দিয়া। মোৰ ভাগ্যত তুমি যি ফায়চালা কৰিছা তাৰ বেয়াৰ পৰা ৰক্ষা কৰা। কাৰণ তুমিয়েই ফায়চালা কৰি থাকা আৰু তোমাৰ ওপৰত কাৰো ফায়চালা নচলে। নিশ্চয় তুমি যাক ভালোপোৱা সি লাঞ্ছিত নহয় আৰু যাক বেয়া পোৱা সি সন্মানিত নহয়। তুমি বৰকতময় হে আমাৰ প্রভু আৰু তুমি চুমহান। তোমাৰ আযাবৰ পৰা তোমাৰ বাহিৰে কোন আশ্রয়স্থল নাই। (আবূদাঊদ, ছুনান, তিৰমিযী, ছুনান, নাছাঈ, ছুনান, আহমাদ, মুছনাদ, বায়হাকী, ইবনে মাজাহ্‌, ছুনান, মিশকাত ১২৭৩নং, ইৰ: ২/১৭২)


Sahih Dua E Qunoot With Urdu Translation
Abu Dawood Hadis 1425-1426, Tirimdhi Hadis 464
Musnad Ahmad 1/199-200, Ibne Khujema 2/151-152
 

---------------------------------------------------------------------------------
more- https://m.facebook.com/story.php?story_fbid=740473396095254&id=100003978016301 
---------------------------------------------------------------------------------
(3)- Raising the hands (to make dua) during the Qunoot:-

Raising the hands for dua being  permissible bring forward the evidence that :-

1. From Ibn Mas’ood that he used to raise his hands in the Witr then after that hewould lower them.’
[Ref: chain Hasan – Collected by Abdur Razzaq (4/325)]

2. Narrations from prophet (s.a.w) and sahabas like Umar (r.a), Ibn abbas (r.a) and etc which state that they raised their hands during Qunoot e Nazilah. The scholars (to support raising the hands in Isha'a witr) imply the principle that "whatever is allowed in an obligatory act , it is also allowed in an optional (sunnah or nafil) act unless there is evidence prohibiting it"

[Ref : Collected by Ibn Abee Shaybah (3/316), Bayhaqi (2/212) & Ibn al-Mundhir (5/213)][Ref: Saheeh – Collected by Ibn Abee Shaybah (2/316)]


3. Another general evidence is - Narrated that Salmaan (may Allaah be pleased with him) said: The Messenger of Allaah (peace and blessings of Allaah be upon him) said: “Your Lord, may He be blessed and exalted, is Kind and Most Generous, and He is too kind to let His slave, if he raises his hands (palms facing the sky) to Him, bring them back empty.” (i.e Allah very kind and doesn't like to reject the dua of his slave who makes dua like a beggar).

[Ref: Abu Dawood (1488-http://sunnah.com/abudawud/8/73) Classed as saheeh by Shaykh al-Albaani in Saheeh Abi Dawood, 1320]




 
 


No comments:

Post a Comment